মে মাহত বদলি হব whatapp প্রাইভেসি নীতি, হাতত আছে মাত্ৰ কেইদিন মান .

মে মাহত বদলি হব whatapp প্রাইভেসি নীতি, হাতত আছে মাত্ৰ কেইদিন মান .

Whatapp প্রাইভেসি নীতি কিছু বিশেষ জাননী

বিশ্বৰ সবতকৈ বেছি ব্যবহিত অনলাইন মেছেনজাৰ এপ প্ৰাইভেচি পলেচিৰ ওপৰত আহিছে বদল , যোৱা বছৰৰ শেষ অত প্রাইভেসি পলিসিৰ বিষয়াই ঘোষণা কৰিছে জে । জনোৱা হয় যে নতুন নীতি Agree নকৰিলে ব্যৱহাৰৰ কৰা নাযায় whatsapp।

নতুন প্রাইভেসি পলিসিৰ অহাৰ পিছত এইটো লৈ বহুত লোকে প্ৰশ্ন কৰে । সোশ্যাল মিডিয়াত প্রাইভেসি ক্ষুণ্ণ হোৱাৰ আশঙ্কা কৰে বহু লোকে। কিন্তু সকুলোকে আশ্বাস দিআ সংস্থা জনাই জে , নতুন নীতিত ব্যবহাৰকাৰীক কথোপকথন কেতিয়াও কোনো তৃতীয়ব্যক্তি বা সংস্থাৰ হাতত নপৰে।

অহা 15 মে পর্যন্ত নতুন নিতি অ্যাকসেপ্ট কৰাৰ সময়সীমা দিছে whatsapp ।

আনফালে আমজনতাই হোয়াটসঅ্যাপেৰ নতুন প্রাইভেসি পলিসিৰ বিরুদ্ধে যোৱা মাহত সৰৱ হয় কেন্দ্রীয় সৰকাৰ এই বিষয়ে দিল্লি হাইকোর্টে আর্জি জনাই কেন্দ্ৰ । কোৱা হৈ , ব্যবহাৰকারীৰ ব্যক্তিগত তথ্য তৃতীয় সংস্থাৰ উশৰত যোৱাৰ সম্ভাবনা আছে ।

কিন্তু ইয়াৰ বিপক্ষেও যুক্তি দিয়ে বহু লোকে। সিহঁতৰ মতে, হোয়াটসঅ্যাপ তো ফেসবুকেরই অধীনস্থ সংস্থা। তেনেহলে সেই একই ছাঁতীৰ তলত থকা বিভিন্ন অ্যাপৰ তথ্য আদান-প্রদান হব। তেনেহলে তৃতীয় কোনও সংস্থার প্রশ্ন নাহে ? কেন্দ্রের যুক্তি, কোনে ব্যবহাৰকাৰি এ যেতিয়া হোয়াটসঅ্যাপ ব্যবহারৰ কৰিছে , তেওঁ কেবল সেই অ্যাপেৰ লগত এ চুক্তিবদ্ধ হব। সেইটো বাদদি অন্য জিকোনও সংস্থাই- যেনে ফেসবুক, ইনস্টাগ্রাম তৃতীয় সংস্থা (থার্ড পার্টি) হব ।

যোৱা বছৰৰ শেষত নতুন প্রাইভেসি পলিসি আনোতে শুরু করে হোয়াটসঅ্যাপ। কিন্তু তুমুল সমালোচনাৰ মুখত প্রাইভেসি পলিসি গ্রহণৰ সময়সীমা ১৫ মে পৰ্যন্ত পিছোৱাই দিয়ে সংস্থায়। তেনেহলে একেদিনওৰ মাজত ফেব্রুয়াৰি মাহৰ পৰা ব্যবহাৰকাৰিৰ উছৰত রিমাইন্ডার পঠাব হোয়াটসঅ্যাপ। যত বাৰ বাৰ ব্যবহাৰকাৰিৰ তথ্য সুরক্ষিত থাকিব বুলি আশ্বাস দিয়া হৈছে। এতিয়াও এইটো লৈ হোয়াটসঅ্যাপ কর্তৃপক্ষ কোনও প্রতিক্রিয়া মেলা নাই।

Leave a Reply