WhatsApp-ৰ ডিলিট মেচেজ পঢ়িব খুজিছে নেকি? সহজ পদ্ধতি

WhatsApp-ৰ ডিলিট মেচেজ পঢ়িব খুজিছে নেকি? সহজ পদ্ধতি

কেনেকৈ পঢ়িব WhatsApp-ৰ ডিলিট মেচেজ

ডিলিট কৰা মেচেজ চাবলৈ আপোনাক ইনস্টল কৰিব লাগিব এটা বিশেষ অ্যাপ।

Whatsapp-ৰ SMS ডিলিট করার সময়ে দুটা অপশন আহে । এটা হল ডেলিট ফৰ মি । আৰু আন এটা হল ডিলিট ফৰ এভাৰিওয়ান। দ্বিতীয়টো সিলেক্ট কৰিলে আপোনাৰ সম্পূর্ণ মেসেজ ডিলিট হৈ যাব জুনে পঠাইছে আৰু আপুনিও চাব নোৱাৰিব ।

কিন্ত ডিলিট কৰা মেচেজ চাবলৈ আপোনাক ইনস্টল কৰিব লাগিব এটা বিশেষ অ্যাপ।

WhatsRemoved + এটা অ্যাপৰ মাধ্যমেৰে আপুনি চাব পাৰিব ডিলিট ফৰ অল কৰা মেসেজ। এই App-টু আপোনালোকে Google Play Store-ৰ মাদ্ধমে পাই যাব । কিন্ত অ্যাপেলৰ অ্যাপ স্টোৰত এই app-টো উপলব্ধ নাই। অকল অ্যান্ড্রয়েড ব্যবহাৰকাৰিয়ে এই app-টো ব্যবহাৰ কৰিব পাৰিব।

Play Store-ৰ পৰা WhatsRemoved + ডাউনলোড কৰিলে আপোনাৰ মাত্র 4.90 MB ব্যবহাৰ কৰিব লাগিব । আৰু বেশি ডেটা বা মেমৰি স্পেস উ নালাগে।

আৰু এই app-টো open কৰাৰ লগে লগে আপুনি বিভিন্ন ধৰণৰ অপশন পাব ,যেনে ডকুমেন্ট, ভয়েস মেসেজ সেভ হৈ থাকিব কিনা।

আৰু এই app-টোৰ মাধ্যমে কোনোবাই প্রেৰিত কৰা আপুনি চোৱাৰ আগতে ,ডেলিট কৰা মেসেজ চাব পাৰিব।

Leave a Reply