অসমত বাটিল চেৱাৰ ২০২১ বৰ্ষৰ মেট্ৰিক/ হাইমাড্ৰাচা পৰীক্ষা | 2021 বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষা বাটিল

অসমত বাটিল চেৱাৰ ২০২১ বৰ্ষৰ মেট্ৰিক/ হাইমাড্ৰাচা পৰীক্ষা | 2021 বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষা বাটিল

2021 বৰ্ষৰ দশম শ্ৰেণীৰ পৰীক্ষা বাটিল

ভোট গননাৰ ফলাফলৰ এদিন পিছতে চেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জানিবলৈ দিছে যে ২০২১ চনৰ ১১ মে’ত হ’ব লগিয়া দশম শ্ৰেণীৰ পৰীক্ষা বৰ্তমান ক’ভিডৰ পৰিস্থিতিৰ বাবে পিছোৱাই দিয়া হৈছে |

পৰীক্ষাৰ কিছু বিবৰন তলত দিয়া হৈছে

পৰীক্ষাৰ নাম : SEBA HSLC/AHM Examination, 2021
শ্ৰেণী : 10th Standard
বোৰ্ড : Board of Secondary Education, Assam
পৰীক্ষা হবলগিয়া আছিল : 11th May 2021
সমাপ্ত হবলগিয়া আছিল : 1st June 2021

২০২১ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ৰোটীন মতে ১১ মে’ত হব লগীয়া হৈছিল পৰীক্ষা | কিন্তু বৰ্তমান ক’ভিডৰ ভয়াৱহ পৰিস্থিৰ বাবে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে চেৱাৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈনে জনালে যে ১১ মে’ত নহয় মেট্ৰীক, হাইমাদ্ৰাচা পৰীক্ষা |

এই পৰীক্ষা পুনৰ অনুষ্ঠিত হব যেতিয়া ক’ভিড পুনৰ স্বাভাৱিক পৰিস্থিতিলৈ ঘুৰি আহিব | পৰীক্ষা অনলাইন হব নে অফলাইন হব তালৈ এতিয়াও কোনো নিস্চয়তা হোৱা নাই |

11 May হব লগীয়া SABA HSLC EXAM নহব বুলি ঘোষণা কৰিছে অসম চৰকাৰে।

Secondary exam postponed.

ছাত্র ছাত্ৰী সকলৰ বাবে এই covid-19 -ৰ ভয়াবহৰ অৱস্থাত অসম চৰকাৰে ভাল নে বেয়া সিদ্ধান্ত এয়া হব চাবলগীয়।

Leave a Reply