২০২১ চনৰ ১১ মে’ত হ’ব লগিয়া দ্বাদশ শ্ৰেণীৰ পৰীক্ষা বৰ্তমান ক’ভিডৰ পৰিস্থিতিৰ বাবে পিছোৱাই দিয়া হৈছে |

পৰীক্ষাৰ কিছু বিবৰন তলত দিয়া হৈছে

পৰীক্ষাৰ নাম : AHSEC Examination, 2021 তলত দিয়া হৈছে

শ্ৰেণী : 12th Standard
বোৰ্ড : ASSAM Higher Secondary Education Council
পৰীক্ষা হবলগিয়া আছিল : 11th May 2021
সমাপ্ত হবলগিয়া আছিল : 1st June 2021

২০২১ চনৰ জানুৱাৰী মাহত প্ৰকাশ কৰা হাই স্কুল শিক্ষান্তৰ পৰীক্ষাৰ ৰোটীন মতে ১১ মে’ত হব লগীয়া হৈছিল পৰীক্ষা | কিন্তু বৰ্তমান ক’ভিডৰ ভয়াৱহ পৰিস্থিৰ বাবে অসম চৰকাৰৰ নিৰ্দেশ জনালে যে ১১ মে’ত নহয় মেট্ৰীক, হাইমাদ্ৰাচা পৰীক্ষা |

এই পৰীক্ষা পুনৰ অনুষ্ঠিত হব যেতিয়া ক’ভিড পুনৰ স্বাভাৱিক পৰিস্থিতিলৈ ঘুৰি আহিব | পৰীক্ষা অনলাইন হব নে অফলাইন হব তালৈ এতিয়াও কোনো নিস্চয়তা হোৱা নাই |

11 May হব লগীয়া AHSEC EXAM নহব বুলি ঘোষণা কৰিছে অসম চৰকাৰে।

ছাত্র ছাত্ৰী সকলৰ বাবে এই covid-19 -ৰ ভয়াবহৰ অৱস্থাত অসম চৰকাৰে ভাল নে বেয়া সিদ্ধান্ত এয়া হব চাবলগীয়।