নবজাতকৰ আধাৰ কাৰ্ডৰ বাবে কিদৰে আৱেদন কৰিব?

নবজাতকৰ আধাৰ কাৰ্ডৰ বাবে কিদৰে আৱেদন কৰিব?

আধাৰ কাৰ্ডৰ বাবে কিদৰে আৱেদন কৰিব?

আপোনাৰ ঘৰৰ নতুন সদস্য বাবে আবেদন কৰিব পাৰে Bal Aadhaar Card .

দেশৰ প্রত্যেক নাগৰিকেই আধাৰ কার্ডেৰ বাবে আবেদন কৰিব পাৰিব ।আৰু নজৰ পৰিছে নবজাতকৰ ওপৰত উ । আৰু সেই বাবে আপুনি আবেদন কৰিব পাৰে আপোনাৰ ঘৰৰ ক্ষুদ্ৰ সদস্য টোৰ উ Bal Aadhaar Card-ৰ সংযোগেদি ।

images-8

UIDAI-ৰ এটা টুইটে কোৱা হয় যে ‘পাঁচ বছৰত কৈ কম বয়সৰ শিশু সকলক এটা নীলা ৰং ৰ বাল আধাৰ কার্ড দিয়া হব। আৰু এইটো পাছ বছৰ হৈ গলে অচল হৈ যাব। আৰু তেতিয়া বায়োমেট্রিক আপডেট কৰিব লাগিব ।

আৰু পাঁচ বছৰ বয়সত ও কোন ছবি তোলাৰ কথা নাহে। শিশুটোৰ যেতিয়া ১৫ বছৰ হব তেতিয়া ছবি তুলি আধাৰ আপডেট কৰিব লাগিব।

Leave a Reply